• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 19, 2022
in উত্তৰ পূৰ্বাঞ্চল, অসম, ৰাজনীতি
1 min read
0
ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ
Share on FacebookShare on Twitter

নেপালত কিছুদিনৰ পূৰ্বে এটা বৃহৎ কম্পনাংকৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত আগন্তক দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত পুনৰ ভূমিকম্প আহিব পাৰে বুলি দেশৰ ভুতত্ববিদসকলে আশংকা ব্যক্ত কৰিছে। সেই আশংকাৰ পাছত ৰাষ্ট্রীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ NDMA য়ে উত্তৰ পূবৰ ৰাজ্যকেইখনত ভূমিকম্পৰ পাছত লবলগীয়া ব্যৱস্থা, আগতীয়া সতৰ্কতা, ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আখৰা আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশনা জাৰি কৰিছে।

আনকি উত্তৰ-পূবত দুৰ্যোগ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে থকা দুটা কেন্দ্ৰীয় বাহিনী ক্ৰমে গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্রথম আৰু অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ সমীপৰ দৈমুখস্থিত দ্বাদশ ৰাষ্ট্রীয় দুৰ্যোগ সঁহাৰি বাহিনীক (NDRF) ক এই আখৰাত সক্ৰিয়ভাবে ভাগ লবলৈও নিৰ্দেশ দিছে। সেই নিৰ্দেশৰ পাছতেই আজাৰা পাটগাঁওস্থিত প্রথম NDRF বাহিনীয়ে পাটগাঁওস্থিত প্ৰথম NDRF বাহিনীয়ে গুৱাহাটীৰ উপৰিও হাফলং, বঙাইগাঁও, কোকৰাঝাৰ আৰু শিলচৰত ১৭ নৱেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভূমিকম্প বিষয়ক যৌথ আখৰাত ভাগ লৈছে। প্ৰথম NDRF বাহিনীৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীৰ নেতৃত্বত বাহিনীটোৰ ১০ জন বিশেষজ্ঞ আৰু বিষয়াই এই আখৰা কাৰ্যৰ তদাৰক কৰি আছে।

আনহাতে মুখ্য পৰ্যবেক্ষক হিচাপে আখৰা কাৰ্যৰ তদাৰক কৰি থকা কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে জানিবলৈ দিয়া মতে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগক কোনেও ৰোধ কৰিব নোৱাৰে আৰু কোনদিনা , কি সময়ত আহিব তাক আগতীয়াকৈ কব পৰা হোৱা নাই। কিন্তু আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিলে মানুহৰ জীৱন আৰু সা – সম্পত্তি বহু পৰিমাণে ৰক্ষা কৰিব পৰা যায়। আনহাতে “আপোনাৰ সেৱা সদায় সর্বত্ৰ” বাণীৰে চলি থকা ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ এই যৌথ আখৰাত NDRFৰ প্ৰশিক্ষিত উদ্ধাৰকাৰী সকলে ভাগ লোৱা সকলো বিষয়া – কৰ্মচাৰী সকলক ভূমিকম্প হৈ যোৱাৰ পাছতে আক্ৰান্ত অঞ্চলত কিদৰে ভুক্তভোগী লোকক তৎকালে , নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানকে ধৰি বিভিন্ন কৌশল সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে।

Previous Post

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

Next Post

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Next Post
মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

ড০ হীৰেণ গোহাঁইলৈ ‘প্ৰজ্ঞা সাধক’ উপাধি

ড০ হীৰেণ গোহাঁইলৈ 'প্ৰজ্ঞা সাধক' উপাধি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8