• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 6, 2022
in সংবাদ, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ
Share on FacebookShare on Twitter

ক’ভিডক লৈ অধিক সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান৷ সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ ক’ভিড সংক্ৰমণ দ্ৰুত গতিত বাঢ়িছে। ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৯২৮ টা নতুন ক’ভিড সংক্ৰমণ ধৰা পৰিছে। অৰ্থাৎ এদিনতে ৫৬.৫শতাংশৰো অধিক মাত্ৰাত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ৩২৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণ ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে। বুধবাৰে ৰাজধানী দিল্লীত ক’ভিড-১৯ৰ ৰোগীৰ দৈনিক সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হয়৷ বুধবাৰে ১০,৬৫৫জন ধৰা পৰে দিল্লীত৷ লগতে পজিটিভিটিৰ হাৰ ১১.৮৮ শতাংশলৈ বৃদ্ধি পাইছে আৰু ৮জনলোকৰ মৃত্যু হৈছে, যিটো প্ৰায় সাত মাহত সৰ্বাধিক বুলি জানিব পৰা গৈছে।
আনহাতে মহাৰাষ্ট্ৰত বুধবাৰে ২৬,৫৩৮ টা নতুন ক’ভিডৰ ঘটনা ধৰা পৰে৷ যি ২৪ ঘন্টাত ৪৩.৭১ শতাংশ বা ৮,০৭২ টা ঘটনা বৃদ্ধি পাইছে। অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৫৯১ জন লোক। বুধবাৰে ৩৪,৩১৪ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ১.৭২ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

Previous Post

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

Next Post

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ সফল সমাপ্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ সফল সমাপ্তি

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ সফল সমাপ্তি

মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত কটনত চলিছে গুণ্ডাৰাজঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক

মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত কটনত চলিছে গুণ্ডাৰাজঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক

অসমৰ পৰা গ্ৰেপ্তাৰ বুল্লী বাই এপৰ ষড়যন্ত্ৰকাৰী

অসমৰ পৰা গ্ৰেপ্তাৰ বুল্লী বাই এপৰ ষড়যন্ত্ৰকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8