বৰ্তমান দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ হাৰ ভয়াবহ ৰূপত বৃদ্ধি পাইছে।
দেশত বহুগুণে বৃদ্ধি পাইছে চিকিৎসাধীন লোকৰ সংখ্যা।
বৰ্দ্ধিত ক’ৰোনাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দেশবাসীৰ মাজত।
দৈনিক ভয়াবহ ৰূপত বৃদ্ধি পাইছে এই সংক্ৰমণ।
বিগত ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈছে ২লাখ ১৭ হাজাৰ ৩৫৩ গৰাকী লোক।
লগতে মৃত্যুক সাৱটিছে ১,১৮৫ লোকে।
Photo Credit: Google