ভাৰত গৌৰৱ আঁচনিৰ অধীনত ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰেল সেৱা মঙলবাৰে কইম্বাটুৰৰ পৰা সিৰধিলৈ ফ্লেগ অফ কৰা হয়। “ৰে’লৱেয়ে এই ৰে’লখন এক সেৱা প্ৰদানকাৰীক দুবছৰৰ বাবে লীজত দিছে।
ইয়াত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ এচি ডবা আৰু শ্লিপাৰ ডবাকে ধৰি মুঠ ২০ টা ডবা আছে,” দক্ষিণ ৰেলৱেৰ চিপিআৰঅ’ৰ বি গুগানেচানে কয়।