ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ইন্দোৰত।
এজন অটো চালকৰ নাকৰ পৰা মাস্ক পিছলি যোৱাৰ বাবে ২জন আৰক্ষীয়ে ৰাস্তাত বগৰাই গুৰুলা গুৰুলকৈ
প্ৰহাৰ কৰা ভিডিঅ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে অঞ্চলটোত।
Policemen in Indore brutally beating a man for not wearing a mask (which he should) while his child cries, pleading infront of the cops. @ChouhanShivraj will your shameless policemen do the same to PM Modi or BJP leaders who say "no need to wear mask"?
https://t.co/8Ilo7HmLzg— Gaurav Pandhi (@GauravPandhi) April 6, 2021
জানিব পৰা অনুসৰি অটো চালক জনৰ মাস্ক নাকৰ পৰা পিছলি যোৱা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে ।
তাৰ পিছতে আৰক্ষীয়ে অটো চালক জনক থানালৈ যাবলৈ কয় কিন্তু চালকজনে যাবলৈ মানা কৰাত আৰক্ষী আৰু অটো চালক জনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।
আৰু আৰক্ষীয়ে অটো চালক জনক পথত বগৰাই প্ৰহাৰ কৰে।
MP: In a viral video, 2 policemen seen thrashing a man in Indore for not wearing mask properly
"Was taking food for my father in hospital when Police asked me to come to PS as my mask had slipped. I requested that I could report later but they began hitting me," he said (06.04) pic.twitter.com/gOYaljmV1q
— ANI (@ANI) April 6, 2021
ঘটনাৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছতো আৰক্ষী কমল প্রজাপতি ধৰ্মেন্দ্ৰ জাতক নিলম্বন কৰে।
ইন্দোৰৰ SP আশুতোষ বাগৰীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Photo Credit: Twitter