• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন NF ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দলৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 6, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন NF ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দলৰ
Share on FacebookShare on Twitter

ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ৰাজধানী চহৰ সমূহক ব্ৰডগজ ৰেল লাইনৰে পোনপটীয়াকৈ সংযোগ কৰা আঁচনিৰ অংশ হিচাপে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰক সংযোগ কৰাৰ বাবে চলি আছে এক বৃহৎ ৰেলৱে প্ৰকল্প। কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ২৯ জুনৰ দিনা মাজনিশা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মণিপুৰৰ নিৰ্মীয়মান টুপুল ৰেলৱে স্টেচনত হোৱা ভয়াবহ ভূমিস্খলনত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ অভিযন্তাসহ কেবাজনো কৰ্মচাৰী , নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক আৰু ওচৰতে থকা সেনা বাহিনীৰ চাউনিৰ কেইবাজনো সেনা দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । অৱশেষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “NF ৰেলৱে এম্পলয়িজ ইউনিয়ন”ৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নিৰ্দেশ মৰ্মে ৪ আৰু ৫ জুলাইত ভূমিস্খলনৰ স্থান পৰিদৰ্শন কৰে ৰেলৱেৰ নিৰ্মাণ শাখাৰ মালিগাঁওস্থিত নিৰ্মাণ বিভাগৰ এম্পলয়িজ ইউনিয়নৰ এটা সজাতি দলে।

শাখা সম্পাদক টংকেশ্বৰ বৈশ্য, যুটীয়া সম্পাদক উৎপল ঠাকুৰীয়া আৰু লামডিং সংমণ্ডলৰ সহকাৰী সম্পাদক হেমন্ত কলিতাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে জিৰিবাম- টুপুল -ইম্ফল ৰেল লাইনৰ ভূমিস্খলনস্থলী পৰিদৰ্শন কৰে। তেনেদৰে পৰিদৰ্শন কালত দলটোৱে উদ্ধাৰ কাৰ্য্যৰ লগত জড়িত ৰেলৱেৰ উচ্চপদস্থ বিষয়াৰ লগত এক আলোচনাত মিলিত হয়। আনহাতে নিখোঁজ হৈ থকা লোকৰ পৰিয়ালবৰ্গৰ লগত মিলিত হৈ সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোৱে ।

Previous Post

চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

Next Post

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

সংগীতজ্ঞ ইলায়াৰাজা, খেলুৱৈ পি টি উষাকে ধৰি ৰাজ্যসভালৈ মনোনীত ৪ জন

সংগীতজ্ঞ ইলায়াৰাজা, খেলুৱৈ পি টি উষাকে ধৰি ৰাজ্যসভালৈ মনোনীত ৪ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8