• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদযাপন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস।  পুৱা বৰঝাৰ বিমানবন্দৰৰ বিশাল পাৰ্কিং স্থানত বৰঝাৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজন কৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান তথা বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়া-কর্মচাৰী সকলে অংশগ্ৰহণ কৰে।

প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত যোগাসনৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন যোগ আৰু প্রানায়াম প্ৰদৰ্শন কৰে। যোগাসন আৰু প্রানায়ামত বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাৰ লগতে কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট লালমোহন ঠাকুৰেও ভাগ লয়। তদুপৰি যোগাসনত অংশ লোৱা লোক সকলৰ মানসিক প্ৰশান্তিৰ লগতে এগৰাকী সুস্থ শৰীৰৰ গৰাকী হোৱাৰ লক্ষ্যৰে বিশ্ব প্ৰসিদ্ধ, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ ন্যাসৰক্ষী বি কে ৰাকেশে আধ্যাত্মিক জীৱন দৰ্শন সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদানৰ লগতে সকলোকে ধ্যান কৰোৱায়।

তদুপৰি বিমানকোঠ কতৃপক্ষৰ ফালৰ পৰা কাঁহিকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ মাজতো যোগাসন অনুষ্ঠিত কৰা হয়। লগতে বিমানকোঠ কতৃপক্ষই যাত্ৰীসকল মাজত যোগাসনৰ সজাগতা বৃদ্ধিৰ বাবে বিমানকোঠৰ আগমন কক্ষৰ বাহিৰত এখন মুকলি যোগাসন মঞ্চৰ আয়োজন কৰে। য’ত যোগ প্ৰশিক্ষকৰ দ্বাৰা যোগ প্ৰদৰ্শন আৰু জ্ঞানৰ বিনিময় কৰা হয়।

Previous Post

অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!

Next Post

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8