দেশত চলিত আই পি এল খেল খনটো এতিয়া ক’ৰোনা মহামাৰীয়ে প্ৰভাৱ পেলাইছে।
৩০ মে’ত সমাপ্ত হ’বলগীয়া আছিল আই পি এল খেল খন।
ক’ৰোনাৰ বাবে সকলো নীতি নিৰ্দেশনা মানি খেল অনুষ্ঠিত কৰা হৈছিল যদিও খেলুৱৈ আক্ৰান্ত হৈছে ক’ৰোনাত।
আজি আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেলখন ক’ৰোনাৰ বাবে বাতিল কৰিবলগীয়া হৈছে।
জানিব পৰা অনুসৰি কলকাতা নাইট ৰাইডাৰ্ছৰ ২ গৰাকী খেলুৱৈ ক’ৰোনাত হোৱাৰ পিছতে বাতিল কৰা হৈছে আজিৰ খেলখন।
Photo Credit: Google