• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in সংবাদ, ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ
Share on FacebookShare on Twitter

ক’ৰোনা মহামাৰীৰ বাবে আগন্তুক IPL অনুষ্ঠিত হব নে নাই তাক লৈ অনিশ্চয়তা থাকিলেও হাত সাৱটি বহি থকা নাই BCCI-এ। মঙলবাৰে IPLপৰিচালনা পৰিষদৰ বৈঠকত নিলামৰ তাৰিখ নিৰ্ধাৰণ কৰে BCCI-এ। দুটা নতুন ফ্ৰেঞ্চাইজীৰ আত্মপ্ৰকাশকলৈয়ো কোনো ধৰণৰ জটিলতাৰ সৃষ্টি হোৱা দেখা নগ’ল বৈঠকত। আইপিএলৰ নিলাম ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ’ব বুলি ব’ৰ্ডে সদৰী কৰিছে। মেগা নিলামৰ মাজতে লক্ষ্ণৌ আৰু আহমেদাবাদ নামৰ দুটা নতুন ফ্ৰেঞ্চাইজীৰ মুখ দেখিবলৈ পাব ক্ৰীড়ানুৰাগীয়ে। দুসপ্তাহৰ ভিতৰত নিলামৰ পূৰ্বে কোন কোন ক্ৰিকেটাৰক দলটোত অন্তৰ্ভুক্ত কৰিব জনাব লাগিব কৰ্তৃপক্ষই।
IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে কয়, ‘দুয়োটা নতুন দলক আনুষ্ঠানিকভাৱে IPLত প্ৰতিনিধিত্ব কৰাৰ অনুমতি দিয়া হৈছে। যিহেতু তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ বাবে IPLখেলিব গতিকে, তেওঁলোকক নিলামৰ পূৰ্বে ক্ৰিকেটাৰ বাছনি কৰাৰ সুযোগ দিয়া হৈছে। তেওঁলোকে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত সেই তালিকাখন প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিব লাগিব’।

Previous Post

ক’ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত

Next Post

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

নৈশ সান্ধ্য আইনক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নৈশ সান্ধ্য আইনক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8