• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাল খবৰ : ক’ভিডমুক্ত হ’ল আই পি এচ আনন্দ মিশ্ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in সংবাদ, News, অসম
1 min read
0
ভাল খবৰ : ক’ভিডমুক্ত হ’ল আই পি এচ আনন্দ মিশ্ৰ
Share on FacebookShare on Twitter

সম্পূৰ্ণ এটা সপ্তাহৰ অন্তত ক’ভিডমুক্ত হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । এটা সপ্তাহ পূৰ্বে কৰা ক’ভিড পৰীক্ষাত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ ।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা হোম আইছ’লেশ্যনত আছিল ।

ইপিনে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে কৰা ক’ভিড ১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

নগাঁও বাসীৰ অতি আপোন হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ক’ভিডমুক্ত হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে সকলোকে । উল্লেখ যে, আনন্দ মিশ্ৰই পুনৰ কৰ্মত যোগদান কৰি অপৰাধৰ বিৰুদ্ধে সক্ৰিয় ৰূপত আৰম্ভ কৰিব অভিযান ।

Previous Post

ক’ভিডৰ প্ৰভাৱঃ আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা

Next Post

উত্তৰ প্ৰদেশ বিজেপিত গৰাখহনীয়াঃ আন এজন শক্তিশালী নেতাৰ দল ত্যাগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
উত্তৰ প্ৰদেশ বিজেপিত গৰাখহনীয়াঃ আন এজন শক্তিশালী নেতাৰ দল ত্যাগ

উত্তৰ প্ৰদেশ বিজেপিত গৰাখহনীয়াঃ আন এজন শক্তিশালী নেতাৰ দল ত্যাগ

ক’ভিড শেষ নহয়, মানুহে ক’ভিডৰ লগত কৰিব লাগিব সহৱস্থানঃ বিশ্ব স্বাস্থ্য সংস্থা

ক'ভিড শেষ নহয়, মানুহে ক'ভিডৰ লগত কৰিব লাগিব সহৱস্থানঃ বিশ্ব স্বাস্থ্য সংস্থা

উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ বুল্লি বাই কাণ্ডত জড়িত আন এজন অভিযুক্ত

উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ বুল্লি বাই কাণ্ডত জড়িত আন এজন অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8