• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বুঢ়াপাহাৰ বনাঞ্চলত ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ল জীপ ছাফাৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in সংবাদ, অসম
1 min read
0
বুঢ়াপাহাৰ বনাঞ্চলত ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ল জীপ ছাফাৰী
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে বৃহস্পতিবাৰৰ পৰা পৰ্যটকলৈ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। 

উল্লেখ্য যে, কাজিৰঙা উদ‍্যানৰ আন আন বনাঞ্চলত কৈ বুঢ়াপাহাৰ বনাঞ্চলখন অলপ দ হোৱাৰ বাবে বহু ঠাইত বহু পলমকৈ পানী শুকুৱাৰ ফলত পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত অলপ পলম হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে। বাট-পথ উলিৱাওতে পলম হোৱাৰ বাবেই পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বুঢ়াপাহাৰ বনাঞ্চল।

বৃহস্পতিবাৰৰ প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰিলে বুঢ়াপাহাৰ বনাঞ্চল। বিশ্ব বিখ্যাত এশিঙীয়া গড়¸ বাঘ¸ হৰিণ¸ হাতী¸ মহৰ লগতে টুপী মুৰীয়া বান্দৰৰ বিচৰণস্থলী এই বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

Previous Post

পঞ্জীয়ন কৰা অভিযোগৰ বিৰুদ্ধে আৰক্ষীৰ সঁহাৰি বাধ্যতামূলক! ৰাজ্যিক কেবিনেটৰ বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Next Post

লাচিতক শ্রদ্ধা জনাই নিজ ঘৰৰ পদুলিত চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
লাচিতক শ্রদ্ধা জনাই নিজ ঘৰৰ পদুলিত চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

লাচিতক শ্রদ্ধা জনাই নিজ ঘৰৰ পদুলিত চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

নলবাৰীত বৃহস্পতিবাৰে ৩ টা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জনে!

বিজেপি মন্ত্ৰীসভাত চোৰ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

বিজেপি মন্ত্ৰীসভাত চোৰ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8