অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
আজি অসমত ধৰা পৰিছে ডাবল মিউটেণ্ট ক’ভিড ষ্ট্ৰেইন।
আজি ডিব্ৰুগড় বিমানবন্দৰত এজন যাত্ৰীৰ দেহত ধৰাত পৰে ভাৰতত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা এই নতুন ক’ভিড ষ্ট্ৰেইন।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে এই কথা প্ৰকাশ কৰি ক’ৰোনাৰ ক্ষেত্ৰত সকলোকে সজাগ হবলৈ আহ্বান জনায়।
Recent samples from Dibrugarh Airport are positive for B.1.617 strain or the Indian double mutant (L452R and E484Q) strain of SARS-Cov-2.
We need to be very very careful— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 22, 2021
লগতে উল্লেখ কৰে যে “ডিব্ৰুগড় বিমানবন্দৰৰ শেহতীয়া নমুনাবোৰত বি.১.৬১৭ স্ট্ৰেইন বা চাৰ্ছ-কভ-২ ৰ ভাৰতীয় ডাবল মিউটেন্ট (এল.৪৫২.আৰ আৰু ই.৪৮৪.কিউ) স্ট্ৰেইন পজিটিভ” পোৱা গৈছে।”
Photo Credit: Google