উচ্চতম ন্যায়ালয়ৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিলে এন ভি ৰামনাৰ নাম।
২৩ এপ্ৰিলত বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোৱডে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২৪ এপ্ৰিলত দায়িত্ব গ্ৰহণ কৰিব ৰামনাই।
২০২২ চনৰ ২৬ আগষ্টলৈ মুখ্য ন্যায়াধীশৰ দায়িত্বত থাকিব এন ভি ৰামনা।
বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোৱডেই এন ভি ৰামনাৰ নামত অনুমোদন জনাইছিল।
Photo: Google