আজি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে এন ভি ৰামনাই।
ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত বাক্য পাঠ কৰালে নৱ নিযুক্ত মুখ্য ন্যায়াধীশ এন ভি ৰামনাই।
দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে নৱ নিযুক্ত এন ভি ৰামনাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী।
কালি ন্যায়াধীশ শাৰদ অৰবিন্দ বোৱদে মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে আজি নৱ নিযুক্ত এন ভি ৰামনাই মুখ্য ন্যায়াধীশ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
Photo Credit: Google