• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 6, 2022
in সংবাদ, অসম, গুৱাহাটী, ৰাজনীতি
0
নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত
Share on FacebookShare on Twitter

প্ৰকাশ পালে কামৰূপ মহানগৰৰ ২০২২ৰ ভোটাৰ তালিকা। জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই প্ৰকাশ কৰিলে এই তালিকা। জিলাখনৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৬১ হাজাৰ ৪৬৭ গৰাকী।
জালুকবাৰী সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪ হাজাৰ ৪৮১ জন৷ দিছপুৰ সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ১৪ হাজাৰ ৮৫৬ গৰাকী। পূৱ গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪১ হাজাৰ ৮৫ গৰাকী৷ পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩ লাখ ১ হাজাৰ ৪৫ গৰাকী৷ চাৰিটা সমষ্টিৰ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০ গৰাকী৷ উল্লেখ্য যে মহানগৰ জিলাখনৰ মুঠ ৫৪৬৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ইয়াৰ কিছু সংখ্যকৰ মৃত্যু হৈছে আৰু কিছু সংখ্যকৰ নাম দুবাৰকৈ পঞ্জীয়ন হৈ আছিল৷

Previous Post

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

Next Post

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ

দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8