অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত কামৰূপ মেট্ৰ’ৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন কৰা হয়। বাৰ্বি হাজৰিকা ছেকেণ্ডাৰী এডুকেশ্বনৰ OSD হিচাপে কৰ্মৰত আছিল ৷
উল্লেখ্য যে, এক্ট ইষ্ট পলিচিৰ ছিংগাপুৰৰ ডেলিগেছন আৰু ASEAN ডেলিগেছনে হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল। ২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ’ল্ডাৰ ৷
ASEAN আৰু ছিংগাৰপুৰ ডেলিগেছনক বেয়া ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ ভাবমূৰ্তি ASEAN দেশসমূহত আৰু ছিংগাপুৰত বেয়া হোৱাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে ৷