• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in সংবাদ
1 min read
0
মটৰ পৰিবহণ সন্থা আৰু অটোমোবাইল ডিলাৰৰ গুৰুত্বপূৰ্ণ সভা
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে চলিত , ২০২২ – ২৩ বিত্তীয় বর্ষৰ প্ৰথম সাতটা মাহ অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ২০১,৯৬,৫৮,৫৪০.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰি অসম চৰকাৰৰ ৰাজভৰাললৈ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। কামৰূপ মহানগৰ জিলাৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) জিলা পৰিবহন বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ উপৰিও একেটা চৌহদতে থকা প্ৰৱৰ্তক শাখা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীসহ তিনিওটা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সামূহিক প্ৰচেষ্টাত অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহিত হৈছে।

বিগত ২০২১ – ২২ বৰ্ষত একে সময়ছোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ১৪০.কৌটি টকা । অৰ্থাৎ বিগত বিত্তীয় বর্ষৰ সাত মাহতকৈ এইবেলি ৬১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল। পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সময়ে সময়ে মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক, প্ৰৱৰ্তক সকলে কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী, ট্ৰেন্সপোৰ্ট এজেন্সি, বহু বিলাসী এপাৰ্টমেণ্ট আদিত গৈ বছৰ বছৰ যাবতীয় বা বকেয়া কৰ আদায় নিদিয়াকৈ থকা বাহন সমূহৰ গৰাকীক কৰ আদায় দিয়াৰ বাবে আহ্বান জনায় আহিছিল।

আনকি বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াকৈ থকা বহু বাহনৰ গৰাকীক হাতে হাতে আৰু আন বহুতকৈ ডাকযোগে কৰ আদায় দিয়াৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছিল। এনে ধৰণৰ সজাগতা অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক, সহ পৰিদর্শক, প্ৰৱৰ্তক চেকাৰ আৰু আন কৰ্মচাৰী সকলেও ভাগ লৈছিল। একেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশনা অনুসৰি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে মহানগৰীৰ জনসমাগম হোৱা স্থান সমূহত সকলোৰে দূৰৰ পৰা দৃষ্টিগোচৰ হোৱাকৈ ডাঙৰ হৰ্ডিং স্থাপন কৰা হৈছে। সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰিছে।

Previous Post

কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

Next Post

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব'

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8