• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান
Share on FacebookShare on Twitter

অমল প্রভা দাসৰ ১১১ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সর্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰম চৌহদত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অমলপ্ৰভা দাস সোঁৱৰণী বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ২০২২ বৰ্ষৰ অমলপ্রভা দাস সোঁৱৰণী বঁটা এইবেলি লাভ কৰিছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্রধান বিশিষ্ট সমাজসেৱক নিশিনাথ চাংকাকতিয়ে। এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক প্ৰশক্তি পত্ৰ, অংগবস্ত আৰু এটা স্মাৰক। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে নিশিনাথ চাংকাকতিয়ে অনুষ্ঠানত উপস্থিত থাকিব নোৱৰা বাবে উদ্যোক্তাসকলে তেওঁক ঘৰত গৈ এই বঁটা প্ৰদান কৰিব বুলি ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই জানিবলৈ দিছে। তেনেদৰে ২০২২ বৰ্ষৰ ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা এইবেলি লাভ কৰিছে চিকিৎসা বিজ্ঞানত ২০২১ বৰ্ষৰ স্নাতক পৰীক্ষাত স্ত্ৰীৰোগ আৰু শল্য চিকিৎসা বিষয়ত সর্বোচ্চ নম্বৰ পোৱা চিকিৎসক তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী ডাঃ মণিকা আৰু ২০২২ বর্ষৰ ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী ডাঃ অনন্যা চক্ৰৱৰ্তীয়ে।

এই বঁটাত আছে পোন্ধৰ হাজাৰ টকা এখন প্রশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটা স্মাৰক। আনহাতে, অমলপ্রভা দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে কবিতা বৈশ্যই। সৰ্বোচ্চ ট্ৰাষ্টৰ উপাধ্যক্ষ স্বদেশ ৰঞ্জন বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো সাম্প্ৰতিকভাৱে পৰিচালনা কৰে ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই। অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষা মৃদুলা চহৰীয়াই অমলপ্ৰভা দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত চমুকৈ আলোকপাত কৰে। আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট লেখক- চিন্তাবিদ ময়ুৰ বৰাই তিনিওগৰাকী মহান ব্যক্তিৰ ত্যাগ আৰু কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত ২০০৮ বৰ্ষৰ পৰা সৰ্বোদয় ট্রাষ্টে গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল আৰু পিতৃ-মাতৃহীন ছাত্র-ছাত্রীক প্রদান কৰি অহা জলপানি এইবেলি ছয়গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। এই জলপানি স্নাতক মহলাত অধ্যয়ন কৰাৰ সময়লৈকে বছৰি ছয় হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। অনুষ্ঠানত শুৱালকুছিৰ মহিলা থিয় নামৰ দলে নাম পৰিৱেশন কৰে। আনহাতে পূৰবী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই কস্তুৰবা ট্রাষ্ট অসমৰ প্রতিনিধি বিউটি দাসে।

Previous Post

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

Next Post

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

Related Posts

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন
সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন

December 8, 2023
ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান
সংবাদ

ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান

December 8, 2023
গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
ক্ৰাইম

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

December 8, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
সংবাদ

APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক SITৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ

December 7, 2023
বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে
সংবাদ

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে

December 6, 2023
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
Next Post
মটৰ পৰিবহণ সন্থা আৰু অটোমোবাইল ডিলাৰৰ গুৰুত্বপূৰ্ণ সভা

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব'

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8