দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা মহামাৰীৰ সংক্ৰমণ।
কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ান আক্ৰান্ত হৈছে ক’ৰোনাত।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীজনৰ দেহত ধৰাত পৰে ক’ৰোনা ভাইৰাছৰ অৱস্থিতি।
এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানে।
I have been confirmed Covid +ve. Will get treated at the Government Medical College, Kozhikkode. Request those who have been in contact with me recently to go into self observation.
— Pinarayi Vijayan (@pinarayivijayan) April 8, 2021
ক’ৰোনাৰ প্ৰতিষেধক লোৱাৰ পিছত ক’ৰোনাত আক্ৰান্ত হৈছে মুখ্যমন্ত্ৰী গৰাকীয়।
৩ মাৰ্চত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানে লৈছিল ক’ৰোনা প্ৰতিষেধক
Photo Credit: Google