• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কি আছে বাজেটত? বাজেটৰ কেইটামান গুৰত্বপূৰ্ণ ঘোষণা, আহক পঢ়ো

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
Himanta Biswa Sarma
Share on FacebookShare on Twitter

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। গীতাৰ শ্লোকেৰে বাজেট পাঠ কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে।

সোণোৱাল চৰকাৰৰ এইখন অন্তিমখন বাজেট।

বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি কয় যে ”৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে সৌভাগ্য”।

বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণাঃ-

  • ৬ মাহৰ বাবে ৬০,৭৮৪.০৩ কৌটি ব্যয়ৰ লক্ষ্য ধার্য লেখানুদানত ।
  • ৰাজ্যিক ঘৰুৱা উৎপাদনত ৭.৭১ শতাংশলৈ বৃদ্ধি।
  • ২০২১-২২ৰ ভিতৰত কেন্দ্ৰীয় কৰ ২০,৬০১ কোটি অনুমোদন
  • ১৬,৫২৯ কোটিলৈ বৃদ্ধি ৰাজ্যৰ ৰাজস্ব।
  • অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ৮৩০ ৰ পৰা ৩০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ। এই আঁচনিৰ দ্বাৰা ১৭,২৫,৫৯০ গৰাকী মহিলাৰ লাভ।
  • ৰাজ্যৰ ৮,৭৫৬টা নামঘৰলৈ চৰকাৰে ২১৮ কোটি টকা প্ৰদান কৰিছে।
  • উত্তৰণ আঁচনিৰ অধীনত ১২৪ প্ৰজেক্ট আৰম্ভ কৰা হৈছে।
  • ১০০০ খন বাঁহৰ দলং RCC দলঙলৈ পৰিৱৰ্তন কৰা হৈছে।
  • ৮৭০খন দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ আৰু ২০৪১খন দলঙৰ কাম চলি আছে।
  • ক’ভিডৰ সময়ছোৱাত ১০০০খন ICU বিছনা ৰাজ্যত প্ৰদান কৰা হৈছে আৰু ৪,৫০০খন বিছনা সাধাৰণ হাস্পতালৰ বাবে।
  • ‘চাহ বাগিচা ধন পুৰষ্কাৰ মেলা’ৰ অধীনত মুঠ ৭.৫ লাখ চাহ-বাগিচাৰ শ্ৰমিকসকল সুবিধা লাভ কৰিছে।
  • এপ্ৰিল ২০২১ ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১ ৰ বাবে এই পুঁজি ব্যয়ৰ লক্ষ।
  • আজি মাজি নিশাৰ পৰা ৫ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য ।
  • ৰাজ্য চৰকাৰৰ কভিড কালত আৰোপ কৰা অতিৰিক্ত উপকৰ উঠাই দিব আজি নিশাৰ পৰা।
  • হ্ৰাস পাব সুৰাৰ দাম। ২৫% অতিৰিক্ত উপকৰ উঠাই লোৱা হ’ব সুৰাৰ পৰা। covid-১৯ কালত লগোৱা হৈছিল এই উপকৰসমূহ ।
  • অৰুন্ধতি স্বৰ্ণ আঁচনিৰে ১৮১৫ কন্যা লাভন্বিত।
  • ১৬-১৭ ত অসমে কেন্দ্ৰ পৰা লাভ কৰে ১০,৪৪৪.০৭ কোটি টকা।
  • ২০১৯-২০ ত এয়া বৃদ্ধি হয়গৈ ১৬,১০১.৫৪ কোটি টকালৈ।

Photo: Google

Tags: 2021-22 BudgetAssamHimanata Biswa Sarmaঅসমহিমন্ত বিশ্ব শৰ্মা
Previous Post

প্ৰতিবছৰে ২ অক্টেবৰত গাজীপুৰ সীমান্তত আন্দোলন কৰিব কৃষকসকলে

Next Post

খাবলৈ তিতা কিন্তু স্বাস্থ্যৰ বাবে মিঠা । জানো আহক উপকাৰিতা….

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
bitter gourd

খাবলৈ তিতা কিন্তু স্বাস্থ্যৰ বাবে মিঠা । জানো আহক উপকাৰিতা....

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Road Accident

কৰুণ! একেদিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বামী-পত্নীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8