- পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।
- কোকৰাঝাৰৰ লাংচুঙত পুৱতি নিশা অসম আৰক্ষীয়ে দুই উগ্ৰপন্থীক এনকাউণ্টাৰ কৰি হত্যা কৰে।
- কোকৰাঝাৰত ধন দাবীৰে দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল নৱগঠিত ULB ৰ দুই উগ্ৰপন্থী সদস্যই ।
- মৃত উগ্ৰপন্থী দুটা হৈছে জেমচাৰ মুছাহাৰী, জনক কুমাৰ ব্ৰহ্ম ।
- সম্প্ৰতি আৰ এন বি হাস্পতালত ৰখা হৈছে দুয়োটাৰে মৃতদেহ।