• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰম আইন; সপ্তাহত ৪ দিন কৰ্মদিন আৰু ৩ দিন ছুটী

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
labour law
Share on FacebookShare on Twitter

অচিৰেই সলনি হ’ব শ্ৰম আইন ।

সপ্তাহত ৪ দিন কৰ্ম দিন আৰু ৩ দিন ছুটী প্ৰদানৰ এক নতুন নিয়ম প্ৰৱৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে ।

পৰিৱৰ্তিত কৰ্মসংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীসমূহত কাম কৰাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় শ্ৰম সচিব অপূৰ্ব চন্দ্ৰই ।

কেন্দ্ৰীয় চৰকাৰে এই নিয়মৰ যো-জা চলাইছে যাতে কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে অধিক উদ্যমেৰে কাম কৰিব পাৰে ।

অৱশ্যে এই নতুন নিয়ম প্ৰৱৰ্তন হ’লে কৰ্মচাৰীসকলে দীঘলীয়া শ্বিফটত কৰ্মৰত হ’বলগীয়া হ’ব পাৰে ।

কেন্দ্ৰীয় শ্ৰম সচিবে জানিবলৈ দিয়া অনুসৰি, সপ্তাহত ৪৮ ঘণ্টা কাম কৰাৰ নিয়ম অব্যাহত থাকিব যদিও কোম্পানীসমূহে তিনিটা শ্বিফটত নিয়োগ কৰিব পাৰিব কৰ্মচাৰীক ।

১২ ঘণ্টাৰ শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৪ দিন, ১০ ঘণ্টা শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৫ দিন আাৰু ৮ ঘণ্টা শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৬ দিন কাম কৰিব লাগিব ।

কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত কোম্পানীসমূহৰ ওপৰত কোনো বাধ্যবাধকতা আৰোপ নকৰে চৰকাৰে ।

নতুন শ্ৰম আইন বলৱৎ হ’লে ৮-১২ ঘণ্টাৰ কৰ্মদিন নিৰ্বাচনৰ স্বাধীনতা লাভ কৰিব কোম্পানীসমূহে ।

এই আইনে বিশেষকৈ দেশৰ তথ্য আৰু প্ৰযুক্তি খণ্ডত কৰ্মৰত লোকসকল অধিক উপকৃত কৰাৰ সম্ভাৱনা আছে ।

Tags: central govt.Indialabour lawকেন্দ্ৰীয় চৰকাৰশ্ৰম আইন
Previous Post

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীক নিলম্বন

Next Post

পূব-ভাৰতলৈ মোডী চৰকাৰৰ বিশেষ পেকেজ… এই পেকেজত আছে কি ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
modi

পূব-ভাৰতলৈ মোডী চৰকাৰৰ বিশেষ পেকেজ… এই পেকেজত আছে কি ?

Amit Shah

'জয় শ্ৰী ৰাম পশ্চিমবংগত নকয় কি পাকিস্তানত ক'ব লাগে নেকি?'- মমতা বেনাৰ্জীলৈ অমিত শ্বাহৰ প্ৰশ্ন

sara ali khan

স্বামীয়ে এৰিলেও জীয়ৰীয়ে নেৰে এসময়ৰ এইগৰাকী সুন্দৰী অভিনেত্ৰীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8