• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সোণাৰিৰ ডফলা গাঁওত বিশুদ্ধ খোৱা পানীৰ অভাৱ

দীৰ্ঘদিন ধৰি নদীৰ পানী সেৱন কৰি আহিছে গাঁৱৰ ৰাইজে

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in সংবাদ, অসম
1 min read
0
সোণাৰিৰ ডফলা গাঁওত বিশুদ্ধ খোৱা পানীৰ অভাৱ
Share on FacebookShare on Twitter

বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্থানৰ পাছতো আজিও উন্নয়ন হোৱা নাই ৰাজ্যৰ বহু অঞ্চল। বিদ্যুৎ সংযোগ, ৰাস্তা ঘাট নিৰ্মাণ তথা বিশুদ্ধ খোৱা পানী সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ বহু ঠাই। তেনে এক অঞ্চল হ’ল সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিয়কীয়া ডফলা গাঁও। চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী টিয়কীয়া ডফলা গাঁওৰ জনসাধাৰণে এতিয়াও হাহাকাৰ কৰিব লগীয়া হৈছে এটোপা বিশুদ্ধ খোৱা পানীৰ বাবে। বিশুদ্ধ খোৱা পানীৰ অভাৱত নৈৰ পানীকে সেৱন কৰিব লগীয়া হৈছে গাঁওৰ ৰাইজে।

মন কৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা বালিজান নৈৰ পানী দীৰ্ঘদিন ধৰি সেৱন কৰি অহা গাঁওখনত এতিয়াও ৰূপায়ণ হোৱা নাই চৰকাৰৰ অভিলাসী আঁচনি জল জীৱন মিছনৰ কাম। ইয়াৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁৱৰ ৰাইজ।

Previous Post

অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

পতন হ’ব উদ্ধৱ থাকৰেৰ চৰকাৰ! চৰকাৰী বাসভৱন ত্যাগ

পতন হ’ব উদ্ধৱ থাকৰেৰ চৰকাৰ! চৰকাৰী বাসভৱন ত্যাগ

অসমৰ তিনি দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি

অসমৰ তিনি দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8