• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জামিনত মুক্তি লাভ কৰিলে লালুপ্ৰসাদ যাদৱে

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
জামিনত মুক্তি লাভ কৰিলে লালুপ্ৰসাদ যাদৱে
Share on FacebookShare on Twitter

অৱশেষত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ সভাপতি লালুপ্ৰসাদ যাদৱে জামিনত মুক্তি লাভ কৰে।

বিগত ৩ বছৰে কাৰাবাসত থকা লালুপ্ৰসাদে কালি জামিন লাভ কৰে।

২০১৭ চনৰ ডিচেম্বৰ মাহত কোটিটকীয়া সাৰ কেলেংকাৰী গোচৰৰ ভিত্তিত দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰিছিল লালুপ্ৰসাদ যাদৱক।

উল্লেখযোগ্য যে অসুস্থতাৰ বাবে লালুপ্ৰসাদ যাদৱ দিল্লীৰ এইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

শাৰীৰিক অসুস্থতাৰ বাবে জামিন লাভ কৰাৰ পিছতো পৰিয়ালৰ লোকে তেওঁক পাটনাত থকা বাসগৃহলৈ লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি সম্পূৰ্ণ সুস্থ নোহোৱালৈকে লালুপ্ৰসাদ যাদৱ এইমছতে চিকিৎসাধীন হৈ থাকিব।

Photo Credit: Google

Tags: Delhiগ্ৰেপ্তাৰজামিনলালুপ্ৰসাদ যাদৱ
Previous Post

কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

Next Post

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8