• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মেঘালয়ত ভয়ংকৰ ভূমিস্খলন, আৱদ্ধ শ শ বাহন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 16, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
মেঘালয়ত ভয়ংকৰ ভূমিস্খলন, আৱদ্ধ শ শ বাহন
Share on FacebookShare on Twitter

বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা ৷ ক্ৰমাত ভয়াৱহ ভাবে ভূমিস্খলন হৈছে পথটোৰ কেইবাটাও স্থানত ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলন হৈছে ৷ ভূমিস্খলনত পথটোৰ বৃহত অংশ ছিঙি যোৱাত কেইবাখনো বাহন ভূমিস্খলনৰ কৱলত পৰিছে ৷ ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহন৷

পথত ৰখাই থোৱা অৱস্থাত হঠাৎ পথটোত ভূমিস্খলনৰ ফলত বাহনসমুহ তলত সোমাই পৰিছে ৷ বুধবাৰৰ পৰা পথটোত যান-বাহন চলাচল বন্ধ হৈ পৰিছে। বুধবাৰে নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে ৷ ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল ৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

২২ জুনৰ পৰা অম্বুবাচী মেলাঃ ভক্তৰ বাবে অস্থায়ী কেম্পৰ ব্যৱস্থা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২২ জুনৰ পৰা অম্বুবাচী মেলাঃ ভক্তৰ বাবে অস্থায়ী কেম্পৰ ব্যৱস্থা

২২ জুনৰ পৰা অম্বুবাচী মেলাঃ ভক্তৰ বাবে অস্থায়ী কেম্পৰ ব্যৱস্থা

পৃথ্বীৰ সফল পৰীক্ষণ, ১০ দিনৰ ভিতৰত দ্বিতীয় পাৰমাণৱিক সক্ষম মিছাইলৰ সফল পৰীক্ষণ

পৃথ্বীৰ সফল পৰীক্ষণ, ১০ দিনৰ ভিতৰত দ্বিতীয় পাৰমাণৱিক সক্ষম মিছাইলৰ সফল পৰীক্ষণ

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

অসমত নতুনকৈ ভূমিস্খলনৰ খবৰ; গুৱাহাটীৰ বহু অংশত জমা হৈছে প্ৰচুৰ পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8