• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in সংবাদ, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই। আজি আনুষ্ঠানিকভাৱে DSPপদত যোগ দিলে অলিম্পিক পদক বিজয়ীগৰাকীয়ে। ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ক্ৰীড়ামন্ত্ৰী বিমল বৰাকে ধৰি অসম চৰকাৰৰ বহু কেইগৰকী মন্ত্ৰীৰ লগতে বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিভিন্ন ক্ৰীড়ী সন্থাৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।
ডি এছ পিৰ পোচাক পৰিধান কৰি লাভলীনাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে, মোৰ বাবে আজিৰ দিনটো অতি স্মৰণীয় দিন হৈ ৰ’ব। লগতে তেওঁ, এই সন্মানৰ প্ৰদানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। অনুষ্ঠানত অসমৰ ক্ৰীড়া জগতৰ বাবে আৰু অধিক সফলতা কঢ়িয়াই অনাৰো সংকল্প গ্ৰহণ কৰিলে লাভলীনাই।
অলিম্পিকত স্বৰ্ণ পদকেই মূল লক্ষ্য কৰি লোৱা লাভলীনাই তেওঁৰ লক্ষ্যত উপনীত হ’বলৈ সকলোধৰণৰ চেষ্টা আৰু কষ্ট কৰিব বুলি উল্লেখ কৰি অসম আৰক্ষীৰ মাজত থকা খেলুৱৈসকলৰ বাবেও পৰৱৰ্তী সময়ত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে লাভলীনাই।

Previous Post

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

Next Post

নাগালেণ্ডৰ পাছত মণিপুৰতো বৃদ্ধি হ’ল আফস্পাৰ ম্যাদ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নাগালেণ্ডৰ পাছত মণিপুৰতো বৃদ্ধি হ’ল আফস্পাৰ ম্যাদ

নাগালেণ্ডৰ পাছত মণিপুৰতো বৃদ্ধি হ’ল আফস্পাৰ ম্যাদ

ICUত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

ICUত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8