- ২৬ মাৰ্চত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা।
- দৌল যাত্ৰা আৰু ফাকুৱা উপলক্ষে এই বন্ধ ঘোষণা।
- অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।
- সকলো চৰকাৰী কাৰ্যালয়, স্কুল, কলেজ বন্ধ থাকিব সেই দিনটোত।
- বন্ধ থাকিব সকলো চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আদিও বন্ধ থাকিব।