• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুস্থ অৱস্থাত আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা বেগটোৰ গৰাকী মদন পেগু

নিউজ ডেস্ক by নিউজ ডেস্ক
September 13, 2021
in অসম, সংবাদ
1 min read
0
সুস্থ অৱস্থাত আছে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা বেগটোৰ গৰাকী মদন পেগু
Share on FacebookShare on Twitter

বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰ হৈছিল।লগতে বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু অন্য কেইখনমান নথি-পত্ৰও উদ্ধাৰ হৈছিল।

বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজনমান মাছমৰীয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰিছিল।উদ্ধাৰ কৰা ভোটাৰ কাৰ্ডত মদন পেগুৰ ঠিকনা মাজুলী বুলি উল্লেখ আছিল।কিন্তু আমাৰ সকলোৰে বাবে ভাল খবৰ আহিছে এয়ে যে মদন পেগু সুকলমে আছে।

নাও দুৰ্ঘটনাৰ সময়ত সুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছিল মদন পেগুক।ইতিমধ্যে একাংশ লোকে আমাক এই কথা জানিবলৈ দিছে।

অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা তেওঁৰ বেগটো পানীত হেৰাই গৈছিল আৰু অৱশেষত গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা তেওঁৰ বেগটো উদ্ধাৰ কৰা হৈছে।

Tags: Assam PoliceCM Himanta Biswa SarmaMajuliSDRF
Previous Post

মুখ্যমন্ত্রীৰ জাল চহী কৰি কাম আৱন্টন কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ

Next Post

মাজুলীত বন্ধ হ’ব ব্যক্তিগত ফেৰীৰ চলাচল,ঘোষণা মুখ্যমন্ত্ৰীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাজুলীত বন্ধ হ’ব ব্যক্তিগত ফেৰীৰ চলাচল,ঘোষণা মুখ্যমন্ত্ৰীৰ

মাজুলীত বন্ধ হ'ব ব্যক্তিগত ফেৰীৰ চলাচল,ঘোষণা মুখ্যমন্ত্ৰীৰ

মহানগৰীত মোবাইল ভেনৰ জৰিয়তে উপলব্ধ গাহৰি মাংস

মহানগৰীত মোবাইল ভেনৰ জৰিয়তে উপলব্ধ গাহৰি মাংস

মাজুলীবাসীৰ বাবে সুখবৰ! ঘৰৰ পৰাই এপ্পৰ যোগেদি বুক কৰিব পাৰিব জাহাজৰ টিকট

মাজুলীবাসীৰ বাবে সুখবৰ! ঘৰৰ পৰাই এপ্পৰ যোগেদি বুক কৰিব পাৰিব জাহাজৰ টিকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8