এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন ক’ভিড হাস্পতালত।
অগ্নিকাণ্ড সংঘটিত হোৱা হাস্পতাল খন বিজয় বল্লভ ক’ভিড কেয়াৰ হাস্পতাল বুলি জানিব পৰা গৈছে।
আজি পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।
হাস্পতাল খনৰ আইচিইউত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ১৩ জন ক’ভিড ৰোগীৰ মৃত্যু হয়।
বৰ্তমানলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা হৈছে জানিব পৰা হোৱা নাই।
বৰ্তমান হাস্পতাল খনত থকা আন ক’ভিড ৰোগী সমূহক আন এখন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
The fire at a COVID-19 hospital in Virar is tragic. Condolences to those who lost their loved ones. May the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) April 23, 2021
Photo Credit: Google