ৰাজ্যৰ প্ৰশাসনত সালসলনি। ২০খন জিলাৰ উপায়ুক্তৰ পৰ্যায়ত ৰদ-বদল।
- আয়ুষ গাৰ্গক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।
- তেজ প্ৰসাদ ভূষলক বৰপেটাৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত ৰূপে নিযুক্তি প্ৰদান।
- নৰেন্দ্ৰ কুমাৰ শ্বাহক চিৰাঙৰ উপায়ুক্ত ৰূপে নিযুক্তি।
- প্ৰভাতী থাওচেনক দৰঙৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- পি বিজয় ভাস্কৰ ৰেড্ডী হ’ব ধেমাজিৰ উপায়ুক্ত।
- আন্বামুথন এমপিক ধুবুৰীৰ উপায়ুক্ত ৰূপে নিযুক্তি প্ৰদান।
- মীনাক্ষি দাস নাথক গোৱালপাৰাৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- মানৱেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত ৰূপে বদলি।
- ৰোহণ কুমাৰ ঝাক হাইলাকান্দিৰ উপায়ুক্ত ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।
- অশোক কুমাৰ বৰ্মন হ’ব যোৰহাটৰ পৰৱৰ্তী উপায়ুক্ত।
- সুমিত সাত্তৱানক লখিমপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- মেঘনিধি দাহালক কোকৰাঝাৰৰ উপায়ুক্ত ৰূপে নিযুক্তি কৰা হৈছে।
- খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত ৰূপে বদলি।
- গীতিমণি ফুকনক নলবাৰীৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- পাৱাৰ নাৰসিং চম্ভাজিক তিনিচুকীয়াৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।
- হিভাৰে নিসৰ্গ গৌতমক দক্ষিণ শালমৰাৰ উপায়ুক্ত ৰূপে নিযুক্তি প্ৰদান।
- পৱিত্ৰ ৰাম খাউণ্ড হ’ব শোণিতপুৰৰ নতুন উপায়ুক্ত।
- ড০ পি উদয় প্ৰবীণক ওদালগুৰিৰ উপায়ুক্ত ৰূপে নিযুক্তি কৰা হৈছে।
- উত্পলা শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ৰূপে বদলি।
Photo: Headline8