২৪ ঘণ্টাৰ বাবে নিৰ্বাচনী প্রচাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে আজি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ধৰ্ণা দিছে।
১২ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা ১৩ এপ্ৰিলৰ নিশা ৮ বজালৈ নিৰ্বাচনী আয়োগে
নিৰ্বাচনী প্ৰচাৰত দিয়া নিষেধাজ্ঞাৰ তীব্ৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
আজি শ্চিম বংগৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত বহি ধৰ্ণা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Photo Credit:Google