ক’ৰোনা নিয়মৰ সৈতে জড়িত এক বৃহৎ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। গাড়ীত অকলে থাকিলেও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব।
দিল্লী উচ্চ ন্যায়ালয়ে গাড়ীক এখন ৰাজহুৱা স্থান হিচাপে গণ্য কৰিছে।
উচ্চ ন্যায়ালয়ে কৈছে যে, মাস্ক সুৰক্ষা কৰে, যিয়ে ক’ৰোনাৰ পৰা বচাই ৰাখিব।
উল্লেখ্য এখন আৱেদন দাখিল কৰি গাড়ীত অকলে বহি থকা লোকে মাস্ক পৰিধান কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল।
দিল্লীত মাস্ক পৰিধান নকৰাসকলে ২০০০ হাজাৰ টকা জৰিমনা বিশ্ব লাগে।
গাড়ীত অকলে বহি থকা অৱস্থাত মাস্ক পৰিধান নকৰাসকলক ধৰিলে বহুতে বিবাদো কৰে। যাৰ বাবে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।
দিল্লীত ৩০ এপ্রিললৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
Photo Credit: Google