• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 12, 2022
in সংবাদ, অসম, চাকৰি, ৰাজনীতি
1 min read
0
ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি। কৃষি বিভাগৰ অতিৰক্ত মুখ্য সচিব ড০ আশীষ কুমাৰ ভোটানীক ARIASৰ অতিৰিক্ত অধ্যক্ষ হিচাপে দায়িত্ব।

আয়ুক্ত সচিব আকাশদ্বীপক স্বচ্ছ ভাৰত মিছন গ্ৰামীনৰ সঞ্চালক আৰু মীৰ নিৰ্মল পৰিযোজনা, জল জীৱন মিছনৰ পৰা বদলি কৰি পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব হিচাপে দায়িত্ব দিয়া হৈছে।

বনবিভাগৰ দায়িত্বত থকা আয়ুক্ত সচিব ড০ অম প্ৰকাশক সৰ্বশিক্ষা মিছন ডাইৰেক্টৰ হিচাপে দায়িত্ব দিয়া হৈছে। সৰ্বশিক্ষা মিছনৰ মিছন ডাইৰেক্টৰ ৰশ্মি অপৰাঞ্জি কৰাকীক বদলি কৰা হৈছে কৃষি বিভাগৰ সচিব আৰু ARIASৰ প্ৰকল্প সঞ্চালক হিচাপে।

মুখ্যমন্ত্ৰীৰ সচিব হিচাপে কৰ্মৰত খনিন্দ্ৰ চৌধুৰীক বদলি কৰা হৈছে গোৱালপাৰৰ উপায়ুক্ত হিচাপে। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুচালক গৃহ আৰু ৰাজনীতি হিচাপৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে।

হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক কাছাৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

ৰাজহ বিভাগৰ যুটীয়া সচিব পি বিজয়া ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। বাক্সাৰ উপায়ুক্ত আয়ুশ গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

চিৰাঙৰ উপায়ুক্ত মাছান্দা মাকদালিন পেৰটিনক বাক্সাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। লক্ষ্মী কুটুমক চাউথ শালমৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে।

গোৱালপাৰৰ উপায়ুক্ত মিনাক্ষী দাস নাথক সাংস্কৃতিক বিভাগৰ সঞ্চালক হিচাপে বদলি কৰিছে। সাংস্কৃতিক বিভাগৰ সঞ্চালক দেৱজিত খনিকৰক পৰ্যটন বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰা হৈছে।

কাছাৰৰ উপায়ুক্ত কৃতি জলীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। কামৰূপত উপায়ুক্ত কল্যাশ কাৰ্তিক এনক জন স্বাস্থ্য বিভাগৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে।

Previous Post

২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে পালে শিক্ষকৰ নিযুক্তি পত্ৰ!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8