• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষক আন্দোলনৰ সমৰ্থনত পৰ্ণষ্টাৰ; কোন এইগৰাকী পৰ্ণষ্টাৰ?

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in আন্তৰ্জাতিক, সংবাদ
1 min read
0
Mia Khalifa
Share on FacebookShare on Twitter

পপষ্টাৰ ৰিহানাৰ পিছত এইবাৰ প্ৰাক্তন এডল্ট ষ্টাৰ মিয়া খলিফায়ো কৃষক আন্দোলনক সমৰ্থন জনাইছে।

তেওঁ টুইটাৰ আৰু ইনষ্টাগ্ৰামত কৃষক আন্দোলনৰ সমৰ্থনত কেইবাটাও পোষ্ট দিয়ে।

মিয়া খলিফাই কৃষক প্ৰদৰ্শনৰ ফটোও শ্বেয়াৰ কৰিছে।

মিয়া খলিফাই কৰিলে পোষ্ট
মিয়া খলিফাই ইনষ্টা ষ্টোৰীত কৃষক আন্দোলনৰ এখন ফটো শ্বেয়াৰ কৰিলে।

তাত এজন প্ৰতিবাদকাৰীয়ে পোষ্টাৰো উঠাই থকা দেখা পোৱা গৈছে।

য’ত লিখা আছে- কৃষকসকলক মাৰধৰ কৰা বন্ধ কৰক।

ফটোখনৰ তলত কেপচনত লিখা আছে- কৃষক আন্দোলনৰ সময়ত দিল্লীত ইণ্টাৰনেট কৰ্তন কৰা হৈছে।

এয়া কি চলি আছে।

ইয়াৰোপৰি তেওঁ টুইটাৰটো কৃষক আন্দোলনৰ ফটো শ্বেয়াৰ কৰিছে।

তেওঁ কৃষক আন্দোলনৰ সমৰ্থনত দুটা টুইট দিয়ে।

তেওঁ এটা টুইটত লিখিলে- কোন ধৰণৰ মানৱাধিকাৰ উলংঘন হৈ আছে?

তেওঁলোকে নতুন দিল্লীৰ সমীপৰ ইণ্টাৰনেট কৰ্তন কৰিছে? #FarmersProtest ।

তেওঁ আনটো টুইটত লিখিলে যে- Paid actors, huh?

মই আশা কৰিছো যে এৱাৰ্ড ছীজনৰ সময়ছোৱাত তেওঁলোকক আওকাণ কৰা নহ’ব।

মই কৃষকসকৰ সৈতে থিয় হৈ আছো। #FarmersProtest ।

What in the human rights violations is going on?! They cut the internet around New Delhi?! #FarmersProtest pic.twitter.com/a5ml1P2ikU

— Mia K. (@miakhalifa) February 3, 2021

“Paid actors,” huh? Quite the casting director, I hope they’re not overlooked during awards season. I stand with the farmers. #FarmersProtest pic.twitter.com/moONj03tN0

— Mia K. (@miakhalifa) February 3, 2021

Photo: Google

Tags: Farmers ProtestMIa KhalifaPornstarSupportপৰ্ণষ্টাৰমিয়া খালিফাসমৰ্থন
Previous Post

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ লগতে ৬জনক আটক

Next Post

নাৰীৰ প্ৰতি ইমান আসক্তি কিয় জুবিনৰ…?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নাৰীৰ প্ৰতি ইমান আসক্তি কিয় জুবিনৰ…?

নাৰীৰ প্ৰতি ইমান আসক্তি কিয় জুবিনৰ...?

মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

sonowal

বিশ্বৰ সৰ্ব্ববৃহৎ নদীদ্বীপ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8