• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মডাৰ্ন ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু, তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল ছাত্ৰীগৰাকীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2021
in সংবাদ, অসম, ক্ৰাইম, গুৱাহাটী
1 min read
0
মডাৰ্ন ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু, তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল ছাত্ৰীগৰাকীয়ে
Share on FacebookShare on Twitter

গুৱাহাটীৰ অভিজাত স্কুল, মডাৰ্ন ইংলিছ স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰা অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে অৱশেষত চিকিৎসাধীন অৱস্থাত ৰবিবাৰে পুৱা মৃত্যুবৰণ কৰে। ইতিমধ্যে স্কুল প্ৰাংগণত ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ তদন্ত বিচাৰি পৰিয়ালৰ লোকে প্ৰতিবাদ কৰিছে। জানিব পৰা মতে হায়াট হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল আৰু এই সমগ্ৰ ঘটনাটো CCTVত আৱদ্ধ হৈছিল। অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু আচৰিত ভাৱে এই ঘটনাৰ বিষয়ে নীৰৱতা অৱলম্বন কৰা দেখা গৈছিল স্কুল কৰ্তৃপক্ষক। কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুল কৰ্তৃপক্ষক লৈ সন্দিহান পৰিয়ালৰ লোকে এই ঘটনাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে বিদ্যালয়ৰ অধ্যক্ষই গালি-শপনি পৰাৰ লগতে ছাত্ৰীগৰাকীক অযথা মানসিক হাৰাশাস্তি কৰি অহাৰ বাবেই তেওঁ এনে ঘটনা সংঘটিত কৰে।
একাংশ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাত্ৰীগৰাকী স্কুল কৰ্তৃপক্ষ তথা এগৰাকী ল’ৰাৰ পিতৃয়ে ধমক দিছিল। ধমক দিয়াৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও এয়া ছাত্ৰীগৰাকীৰ ব্যক্তিগত বিষয় এটাক লৈ স্কুল কৰ্তৃপক্ষৰ একাংশই মানসিক চাপ দিয়াৰ বাবেই এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। অৱশ্যে আৰক্ষীৰ তদন্তত এই ঘটনাৰ ৰহস্য মুকলি হ’ব।

Previous Post

বোকাজানৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ৫০ৰো অধিক ঘৰ

Next Post

ভায়োলেট বৰুৱা অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভায়োলেট বৰুৱা অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক

ভায়োলেট বৰুৱা অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক

উত্তৰ-পূবত ধৰা পৰিছে প্ৰথমটো অমিক্ৰনৰ ঘটনা

উত্তৰ-পূবত ধৰা পৰিছে প্ৰথমটো অমিক্ৰনৰ ঘটনা

লোককৃষ্টিৰ সাধক খগেন গগৈক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

লোককৃষ্টিৰ সাধক খগেন গগৈক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8