• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অগ্ৰীম জামিন লাভ কৰিলে মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষাই

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
অগ্ৰীম জামিন লাভ কৰিলে মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষাই
Share on FacebookShare on Twitter

অৱশেষত পলাতক অৱস্থাত থকা মডাৰ্ন স্কুলৰ অধ্যক্ষা জোনালী দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অৰ্ন্তৱৰ্তীকালীন অগ্ৰীম জামিন লাভ কৰিবলৈ সক্ষম হ’ল। ঘটনা সংঘটিত হোৱাৰ দিনৰে পৰা পলায়ন কৰি আছিল অভিযুক্তা দাস।
উল্লেখ্য যে, গুৱাহাটীৰ অভিজাত স্কুল মডাৰ্ন ইংলিছ স্কুলৰ এগৰাকী ছাত্ৰীয়ে স্কুল চৌহদতে আত্মহত্যাৰ চেষ্টা কৰিছিল আৰু অৱশেষত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীয়ে মৃত্যুবৰণ কৰিছিল। ইতিমধ্যে স্কুল প্ৰাংগণত ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ তদন্ত বিচাৰি পৰিয়ালৰ লোকে প্ৰতিবাদ কৰিছিল আৰু স্কুলখনৰ অধক্ষ্যা জোনালী দাস পৰোক্ষ ভাবে দায়ী বুলি অভিহিত কৰিছিল। আচৰিত ভাৱে এই ঘটনাৰ বিষয়ে নীৰৱতা অৱলম্বন কৰা দেখা গৈছিল স্কুল কৰ্তৃপক্ষক। কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুল কৰ্তৃপক্ষক লৈ সন্দিহান পৰিয়ালৰ লোকে এই ঘটনাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে, বিদ্যালয়ৰ অধ্যক্ষাই গালি-শপনি পৰাৰ লগতে ছাত্ৰীগৰাকীক  অহৰহ মানসিক হাৰাশাস্তি কৰি আহিছিল।

Previous Post

তুষাৰপাতৰ কৱলত ছিকিম

Next Post

অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ’ল গেছ ইনছুলেটেড চাবষ্টেচন

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ'ল গেছ ইনছুলেটেড চাবষ্টেচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8