• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন ভাৰতৰ

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
modi
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেনক উষ্ম অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক উন্নত কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

আনহাতে, ভাৰতৰ শক্তিক শলাগ লৈ আমেৰিকাৰ এগৰাকী মুখপাত্ৰই এইদৰেও কয় প্ৰশান্ত মহাসাগৰীয়া অঞ্চলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় অংশীদাৰসকলৰ ভিতৰত ভাৰত আমেৰিকাৰ বাবে অন্যতম ৷

সেয়ে তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰত প্ৰতিৰক্ষা, আঞ্চলিক সহযোগিতা, সন্ত্ৰাসবাদ বিৰোধী, শান্তিৰক্ষা, পৰিৱেশ, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, কৃষি, মহাকাশ আৰু মহাসাগৰকে ধৰি বিভিন্ন কূটনৈতিক আৰু নিৰাপত্তা বিষয়ত সহযোগিতা আগবঢ়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱা এই বাৰ্তলাপে সমগ্ৰ দেশতে এক ধনাত্মক দিশত গতি কৰিছে ৷

Tags: Joe BidenPM MODI
Previous Post

BREAKING: আই চি ইউলৈ স্থানান্তৰিত অখিল গগৈৰ মাতৃক

Next Post

অসম-মিজোৰাম সীমান্তত উত্তেজনা, ২০টা অসমীয়া পৰিয়ালৰ ঘৰ জ্বলালে মিজো দুৰ্বৃত্তই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
assam mizoram border clash

অসম-মিজোৰাম সীমান্তত উত্তেজনা, ২০টা অসমীয়া পৰিয়ালৰ ঘৰ জ্বলালে মিজো দুৰ্বৃত্তই

Breaking: ক্ৰমাৎ সুস্থ হৈ উঠিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

Breaking: ক্ৰমাৎ সুস্থ হৈ উঠিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

Rupjyoti Kurmi

প্ৰিয়দা গগৈ কেৱল অখিলৰ মাতৃ নহয়; অসমৰ মাতৃ, যদি মাতৃৰ কিবা হয় তেন্তে ভয়ংকৰ পৰিস্থিতি ভুগিব বিজেপিয়েঃ ৰূপজ্যোতি কুৰ্মী   

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8