• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৭ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
PM
Share on FacebookShare on Twitter

অসমত প্ৰধানমন্ত্ৰীয়ে ‘অসম মালা’ মুকলি কৰাৰ লগতে দুখন চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ফেব্ৰুৱাৰী ২০২১ তাৰিখে অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব৷

দিনৰ প্ৰায় ১১.৪৫ মান বজাত প্ৰধানমন্ত্ৰীয়ে অসমত দুখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ প্ৰধান জিলা পথসমূহৰ এক আঁচনি ‘অসম মালা’ উদ্বোধন কৰিব৷

ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৪.৫০ বজাত তেওঁ পশ্চিমবংগৰ হালদিয়াত বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীলৈ উচৰ্গাও কৰিব৷

পশ্চিমবংগত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ দ্বাৰা নিৰ্মিত এলপিজি ৰপ্তানি টাৰ্মিনেল দেশবাসীলৈ উচৰ্গা কৰিব৷

ইয়াত প্ৰায় ১১০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু  ইয়াৰ সামৰ্থ হ’ল প্ৰতি বছৰত ১ মিলিয়ন মেট্ৰিক টন৷

ইয়াৰ জৰিয়তে পশ্চিমবংগৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৱশ্যকীয় এলপিজি উপলব্ধ হোৱাত সহায়ক হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ ৩৪৮ কিলোমিটাৰৰ ডোবি-দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন ষ্টেচন উচৰ্গা কৰিব৷

ই প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ এটা অংশ৷

এই প্ৰকল্পত প্ৰায় ২৪০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ হালদিয়া তেল শোধনাগাৰৰ দ্বিতীয় কেটেলাইটিক-আইচ’ডিৱাক্সিঙৰ আধাৰশিলা স্থাপন কৰিব৷

এই ইউনিটটোৰ সামৰ্থ হ’ল প্ৰতি বছৰত ২৭০ হাজাৰ মেট্ৰিক টন৷

ইয়াৰ জৰিয়তে ১৮৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীলৈ ৰাণীচকত ৪ লেনৰ আৰঅ’বি-কাম-ফ্লাইঅ’ভাৰো উচৰ্গা কৰিব৷

ইয়াক ১৯০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে৷

উপৰোক্ত আটাইবোৰ প্ৰকল্প প্ৰধানমন্ত্ৰীৰ ‘পূৰ্বোদয়া’ বীক্ষণক বাস্তাৱায়িত কৰাৰ অৰ্থে ৰূপায়ণ কৰা হৈছে৷

অসমত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা জিলাৰ প্ৰধান পথসমূহৰ নেটৱৰ্ক উন্নত কৰাৰ বাবে ‘অসম মালা’ মুকলি কৰিব৷

‘অসম মালা’-ৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৈতে গ্ৰামাঞ্চলৰ সংযোগ ব্যৱস্থা উন্নত হ’ব৷

এই আঁচনি মুকলি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব৷

ইয়াত প্ৰায় ১১০০ কোটি টকা ব্যয় কৰা হৈছে৷ প্ৰতিখন চিকিৎসালয়ত ৫০০খন বিচনা থকাৰ লগতে  ১০০ এমবিবিএছ শিক্ষাৰ্থীৰ বাবে আসন উপলব্ধ হ’ব৷

Tags: Assamপশ্চিমবংগ
Previous Post

‘আৰু সহ্য কৰিব নোৱাৰো’- এই শাৰী কথা লিখি চিকিৎসক পিতৃ-পুত্ৰই কৰিলে আত্মহত্যা

Next Post

‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা দিছপুৰৰ কেইবাটাও স্থান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
dispur

'সুৰক্ষিত অঞ্চল' হিচাপে ঘোষণা দিছপুৰৰ কেইবাটাও স্থান

pm

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

nirmala sitharaman

'চাহ বাগিচা ধন পুৰস্কাৰ মেলা' অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8