• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন

নিউজ ডেস্ক by নিউজ ডেস্ক
April 21, 2022
in সংবাদ, News, অসম, ৰাজনীতি
1 min read
0
কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন
Share on FacebookShare on Twitter

শুকুৰবাৰে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ’ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহানগৰীৰ ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মহানগৰ আৰক্ষীয়েও। ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচনৰ সকলো প্ৰস্তুতি।

৬০ টা ৱাৰ্ডৰ মুঠ ৫৭ টা ৱাৰ্ডত হ’ব নিৰ্বাচন। ৩ টা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰাৰ্থী। মুঠ ২৫৭টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭, ৯৬, ২৫০ গৰাকী।  ২ হাজাৰৰ অধিক পুলিং, প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। গুৱাহাটীত ৮০টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলাই। এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত  ৯০ গৰাকীয়ে বেলত ভোট দিছে। জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলিছে ভোটদান প্ৰক্ৰিয়া।

Previous Post

শিল্পী তৰালী শৰ্মাক প্ৰদান কৰা হ’ল ভিতালী দাস সোঁৱৰণি বঁটা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

অৱশেষত ৯ বছৰৰ অন্তত অনুষ্ঠিত হ’ল পৌৰনিগম নিৰ্বাচন

অৱশেষত ৯ বছৰৰ অন্তত অনুষ্ঠিত হ'ল পৌৰনিগম নিৰ্বাচন

ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8