• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 13, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ
Share on FacebookShare on Twitter

মঙলবাৰে NABARDৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়। NABARDৰ সহযোগিতাৰ বাবে ৰাজ্য চৰকাৰে বহু কেইখন আঁচনিৰ সফল ৰূপায়ন কৰিছে। তেওঁ এই সহযোগিতাৰ বাবে NABARDক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনটো ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত NABARDৰ সহযোগিতা কামনা কৰে।

আনহাতে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি NABARD এ আয়োজন কৰা আত্মসহায়ক গোট আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উৎপাদিত বয়-বস্তু দেখিও সন্তোষ প্ৰকাশ কৰে বিত্তমন্ত্ৰী নেওগে।

Delighted to participate in the Amrit Mahotsav organized by NABARD,Assam today on the occasion of its 41st Foundation Day.

I would also like to thank and appreciate the organization for its support in the development journey of Assam. pic.twitter.com/v0M9lB9mX0

— Ajanta Neog (@AjantaNeog) July 12, 2022

উক্ত অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উত্তৰ-পূবৰ মাণ্ডলিক সঞ্চালক সঞ্জীৱ সিংহা ডাঙৰীয়া, NABARD অসমৰ মুখ্য মহাপ্ৰৱন্ধক নৱীন ধিংৰা আৰু ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী শাখাৰ মুখ্য মহাপ্ৰৱন্ধক অৰবিন্দ কুমাৰ সিং ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Previous Post

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

Next Post

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ৫০০০ লোক ক’ৰোনাত আক্রান্ত

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক'ভিডত আক্ৰান্ত ৪৩৪জন

ৰাজ্যত ৯৮ জন লোক আক্ৰান্ত জাপানীজ এনকেফ্লাইটিজত

ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8