• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in সংবাদ, অসম
1 min read
0
নাবাৰ্ডে বিগত বৰ্ষত অসমক ৯৭০০ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান
Share on FacebookShare on Twitter

ঋণ আৰু সম্পৰ্কিত সেৱাৰ জৰিয়তে গ্ৰাম্য সমৃদ্ধিৰ লক্ষ্যৰে স্থাপিত দেশৰ সৰ্ববৃহৎ উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড গ্ৰামোন্নয়ন (নাবাৰ্ড) কৃষি আৰু গ্ৰামোন্নয়ন খণ্ডক সময়মতে আৰু পৰ্যাপ্ত ঋণ প্ৰদান কৰাৰ বাবে ২০২১-২২ বৰ্ষত শীৰ্ষস্থানত আছিল। নাবাৰ্ডে গ্ৰহণ কৰা সু-পদক্ষেপৰ ফলত ২০২১-২২ বিত্তীয় বৰ্ষত ইয়াৰ বেলেন্স শ্বীট ‘৭.৫৭ লাখ কোটি লৈ বৃদ্ধি হৈছে। অসমৰ বাবে, ২০২১-২২ বিত্তীয় বৰ্ষত, নাবাৰ্ডে বিভিন্ন প্ৰকল্প আৰু কাৰ্যকলাপৰ বাবে ৯৭০০ কোটি টকাৰ অনুমোদনৰ সুবিধা প্ৰদান কৰিছে, যাৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৭৬০০ কোটি টকা, বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানক ২০৬৫ কোটি টকা ইত্যাদি।

তদুপৰি, কৃষক উৎপাদক সংগঠন স্থাপন, জনজাতীয় উন্নয়ন কাৰ্যসূচী, ক্ষুদ্ৰ ঋণ উদ্ভাৱন প্ৰকল্প আদিৰ দৰে বিভিন্ন উন্নয়নমূলক হস্তক্ষেপৰ বাবে অনুদান হিচাপে ২৬.৩০ কোটি টকা ৰখা হৈছিল।
উল্লেখ্য যে, সুবিধাসমূহৰ ভিতৰত আছে নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সহায়ৰ (এনআইডিএ) অধীনত বিত্তীয় সহায়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, মডেল মহাবিদ্যালয়, উন্নত সংযোগৰ বাবে সেউজ ক্ষেত্ৰ পথ স্থাপনৰ বাবে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ (এআইএফএ) (অসম চৰকাৰ) লৈ বিত্তীয় সহায় ইত্যাদি। অসম চৰকাৰৰ ফ্লেগশ্বিপ কাৰ্যসূচী সম্পূৰ্ণ হ’লে ৰাজ্যখনত সমৃদ্ধিৰ সূচনা হ’ব বুলি অসম আঞ্চলিক কাৰ্যালয়ৰ নাবাৰ্ডৰ মুখ্য মহাপ্ৰৱন্ধক বি শ্ৰী বৈজুকুৰুপে জনাইছে।

Previous Post

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

Next Post

OnePlus ৰ ৰোড ট্ৰিপ কেম্প অভিযান আৰম্ভ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
OnePlus ৰ ৰোড ট্ৰিপ কেম্প অভিযান আৰম্ভ

OnePlus ৰ ৰোড ট্ৰিপ কেম্প অভিযান আৰম্ভ

HDFC বেংকৰ উদ্যোগত ‘এক্সপ্ৰেছ কাৰ লোন’ মুকলি

HDFC বেংকৰ উদ্যোগত 'এক্সপ্ৰেছ কাৰ লোন' মুকলি

বিজেপি শাসনলৈ অহাৰ পৰাই অসম ৰসাতলে গ’লঃ শিখা শৰ্মা

বিজেপি শাসনলৈ অহাৰ পৰাই অসম ৰসাতলে গ'লঃ শিখা শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8