• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ অসমৰ ভূমিত নগাৰ আধিপত্য;  উঠাই দিয়া হ’ল নগাই দিয়া জেওৰা

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in অসম, সংবাদ
1 min read
0
নগা
Share on FacebookShare on Twitter

মৰিয়নী নাগিনীজান চাহ বাগিছাৰ সমীপৰ দিছৈ বনাঞ্চলত নগাসকলে বল প্ৰয়োগ কৰি জেওৰা দি অসমৰ ভূমিক অবধৈভাৱে নিজৰ কৰি লোৱা প্ৰচেষ্টা অব্যাহত আছে ৷

অসমৰ ভূমিত নগাৰ বেদখলে অসমবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

সেয়ে স্থানীয় লোকে নগাৰ এই ভূমি বেদখলৰ সন্দৰ্ভত দেৱেৰাপাৰা আৰক্ষীক অৱগত কৰে ৷

উল্লেখযোগ্য যে এই সন্দৰ্ভত তদন্ত চলাই মৰিয়নীৰ চক্ৰ বিষয়া অসীম বুঢাগোঁহাঞি ঘটনাস্থলীত উপস্থিত হয় ৷

চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত মৰিয়নীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা আৰু দেৱেৰাপাৰ আৰক্ষী চকীৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগা লোকে দিয়া  বাঁহৰ জেওৰা উঠাই দিয়ে।

উল্লেখ্য, এই জেওৰা অসমৰ ভূমিত কোনে দিলে এতিয়ালৈ কোনো তথ্য লাভ কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Photo Credit: Sapun Rahman

Tags: অসীম বুঢাগোঁহাঞিদিছৈ বনাঞ্চল
Previous Post

কৃষ্ণমৃগ চিকাৰ প্ৰসংগঃ যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা চলমান খানৰ ৰেহাই

Next Post

বিশ্বৰ বাবে এক ৰহস্য ২০০০ বছৰীয়া জিন হুই, কোন এই জিন হুই?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
mummy

বিশ্বৰ বাবে এক ৰহস্য ২০০০ বছৰীয়া জিন হুই, কোন এই জিন হুই?

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

nrl

নুমলীগড় শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰী ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেডৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8