• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2021
in অসম, সংবাদ
1 min read
0
অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা
Share on FacebookShare on Twitter

একবিংশ শতিকাত নৰসমাজক লজ্জিত কৰা মানুহ বলি দিয়াৰ জঘন্য ঘটনা। নাহৰকটীয়াৰ চাচনীত অন্ধবিশ্বাসৰ কৱলত পৰি তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ পৰিকল্পনা চলাইছিল এটা পৰিয়ালৰ মাতৃ-পুত্ৰই।

গাওঁখনৰ বাসিন্দা দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ টুটুমণি হাজৰিকাই ঘৰৰ ওচৰৰে তিনিগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা যুৱতী কেইগৰাকীক বলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল চলাই আছিল।স্থানীয় লোকে এই ঘটনাক উমান পাই হাতে লোটে আটক কৰি পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীক।

যুৱতী আৰু কিশোৰীগৰাকী পুৱাৰে পৰা সন্ধানহীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকে বিচৰা খোচাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, মাতৃ-পুত্ৰসহ এই পৰিয়ালটোৱে কিছুদিনৰ ধৰি ঘৰতে পূজা-পাতল কৰি গাঁওখনত ক’লা যাদুৰ অন্ধবিশ্বাস বিয়পাই গাঁওবাসীক আতংকিত কৰি ৰাখিছিল৷

ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২৯০/৩৫৪/৩০৭/২৯৫ (A)RW Sec8 Pacso ধাৰাত ১৭১/২১ নম্বৰ আৰু NDPS Actৰ ১৭২/২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ধৃত মাতৃ-পুত্ৰক জে’ললৈ প্ৰেৰণ কৰে।

Tags: অন্ধবিশ্বাসনাৰকটীয়াপূজা পাতলবলি
Previous Post

ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড

Next Post

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

দিছপুৰ সদৃশ ধেমাজিঃ ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

দিছপুৰ সদৃশ ধেমাজিঃ ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

আগন্তুক ৪৫ দিনলৈ বন্ধ থাকিব ব্যক্তিগত সুৰাৰ দোকান

আগন্তুক ৪৫ দিনলৈ বন্ধ থাকিব ব্যক্তিগত সুৰাৰ দোকান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8