• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ব্ৰহ্মপুত্ৰত জাহ গ’ল নলবাৰীৰ আৰক্ষী থানা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 28, 2022
in সংবাদ, অসম
1 min read
0
ব্ৰহ্মপুত্ৰত জাহ গ’ল নলবাৰীৰ আৰক্ষী থানা!
Share on FacebookShare on Twitter

বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা জাহ গ’ল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত। উল্লেখ্য় যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ তীব্ৰ সোঁতত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বিস্তৃত অঞ্চল।

আজি গৰাখহনীয়াত ব্ৰহ্মপুত্ৰত জাহ গ’ল বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকাটো। অৱশ্যে ভাংনামাৰী আৰক্ষী থানাখন কিছুদিন পূৰ্বে গৰাখহনীয়াৰ আশংকাত উক্ত স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। পূৰ্বৰ স্থানত থকা এই থানাখনৰ দুমহলীয়া অট্টালিকাটো গৰাখহনীয়াৰ কবলত পৰে আৰু বহ্মপুত্ৰৰ বুকুত জাহ যায়। অঞ্চলটোত থকা একাধিক বিদ্যালয় তথা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান ইতিমধ্যেই বহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে।

Previous Post

ভগৱানক অপমান! ২০১৮ চনৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ সাংবাদিক

Next Post

দিশপুৰ সমষ্টিৰ বিধায়কে কুৰিয়াৰ যোগে লাভ কৰিলে আম

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
দিশপুৰ সমষ্টিৰ বিধায়কে কুৰিয়াৰ যোগে লাভ কৰিলে আম

দিশপুৰ সমষ্টিৰ বিধায়কে কুৰিয়াৰ যোগে লাভ কৰিলে আম

চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য

২৭ জুলাইৰ পূৰ্বে ঘোষণা কৰা নহয় APSC ৰ ফলাফল

চাইবাৰ অপৰাধীৰ গ্ৰাসত অসমৰ বহু কেইগৰাকী স্বনামধন্য সাহিত্যিকৰ গ্ৰন্থ

চাইবাৰ অপৰাধীৰ গ্ৰাসত অসমৰ বহু কেইগৰাকী স্বনামধন্য সাহিত্যিকৰ গ্ৰন্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8