বৃহস্পতিবাৰে আমেৰিকাৰ মহাকাশচাৰী মাইকেল কলিনছ’ৰ মৃত্যু হয়।
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা মাইকেল কলিনছ’ৰে ৯০ বছৰ বয়সত মৃত্যুক সাৱটি লয়।
১৯৬৯ চনত আমেৰিকাৰ এপল’ ১১ মহাকাশযানৰ কমাণ্ড মডুলত আছিল কলিনছ’।
তেওঁৰ সৈতে নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনে চন্দ্ৰ পৃষ্ঠত পোন প্ৰথমবাৰৰ বাবে ভৰি দি খোজ কাঢ়িছিল।
যাৰ বাবে মাইকেল কলিনছ’ক বিশ্বৰ তৃতীয় জন মহাকাশচাৰী হিচাপে অভিহিত কৰিছিল।
Photo Credit :Google