• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজেপি কৰ্মীৰ গুণ্ডাগিৰি! ক’ভিড প্ৰট’কল অৱমাননাৰ ভিডিঅ’ কৰাৰ বাবে সাংবাদিকক খেদি খেদি প্ৰহাৰ

Manoranjan Majumder by Manoranjan Majumder
May 3, 2021
in অসম, ক্ৰাইম, সংবাদ
1 min read
0
বিজেপি কৰ্মীৰ গুণ্ডাগিৰি! ক’ভিড প্ৰট’কল অৱমাননাৰ ভিডিঅ’ কৰাৰ বাবে সাংবাদিকক খেদি খেদি প্ৰহাৰ
Share on FacebookShare on Twitter

অসমবাসীৰ আস্থা আৰু বিশ্বাস থকাৰ বাবেই অসমবাসীয়ে বিজেপি চৰকাৰখনক পুনৰ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে ৷

কিন্তু একাংশ উদণ্ড লেকামহীন বিজেপি কৰ্মীয়ে বাৰে বাৰে বিজেপিৰ ওপৰত কালিমা সানি বিজেপি দলটোক লজ্জিত কৰাৰ প্ৰয়াস কৰি আছে ৷

এইসকল কৰ্মীক বিজেপিয়ে নাকী লগাব নোৱাৰাৰ বাবে আজিও একাংশ বিজেপি কৰ্মীয়ে গুণ্ডামি, ভাবুকি আদিৰে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷

হোজাইৰ শংকৰদেৱনগৰত সংঘটিত হৈছে এই ঘটনা ৷

প্ৰহাৰৰ ভিডিঅ’-

https://headline8.in/as/wp-content/uploads/2021/05/WhatsApp-Video-2021-05-03-at-12.27.34-PM.mp4

ভোটগণনাৰ দিনাই হোজাইৰ শংকৰদেৱ নগৰত পুনৰ দেখিবলৈ পোৱা গ’ল একাংশ বিজেপি কৰ্মীৰ গুণ্ডাগিৰি ৷

শংকৰদেৱ নগৰত কৰ্তব্যৰত সাংবাদিকক খেদি খেদি প্ৰহাৰ কৰিলে বিজেপি দলৰ পালি নেতা সুজিত উপাধ্যায়ে ৷

ভুক্তভোগী সাংবাদিকঃ

https://headline8.in/as/wp-content/uploads/2021/05/WhatsApp-Video-2021-05-03-at-12.27.35-PM.mp4

প্ৰহাৰ কৰিয়েই পলায়ন লামডিং বিজেপিৰ কৰ্মীজনে ৷

আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা। কিন্তু মৌনতা অৱলম্বন কৰিলে স্বয়ং আৰক্ষীয়ে ৷

উল্লেখ্য আৰক্ষীয়ে প্ৰাৰ্থীৰ সমৰ্থকসকলক উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ কৈ থকা অৱস্থাত ভিডিঅ’ কৰাৰ বাবে লামডিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলৰ সাংবাদিকজনক প্ৰহাৰ কৰিলে এই গুণ্ডাৰূপী সুজিত উপাধ্যায়ে।

জানিব পৰা অনুসৰি সুজিত উপাধ্যায় নামৰ কৰ্মীজনে পূৰ্বতে কংগ্ৰেছ দলৰ দালালি কৰিছিল কিন্তু এতিয়া লামডিঙত বিজেপি অহাৰ পিছত হৈ পৰিল বিজেপিৰ দালাল।

Photo: Headline8

Input: Biswajit Chakrabraty

Tags: AssamattackBjp WorkerHojaiঅসমআক্ৰমণগুণ্ডাগিৰিহোজাই
Previous Post

ক’ৰোনাৰ লগত যুজঁ দিবলৈ ভাৰতলৈ চিকিৎসা সামগ্ৰী প্ৰদান বিভিন্ন দেশৰ

Next Post

মাজুলীবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱালে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাজুলীবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱালে

মাজুলীবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱালে

নিৰ্বাচনত জয়ী হৈ নতুন ঠিকনা পালে অখিল গগৈয়ে

নিৰ্বাচনত জয়ী হৈ নতুন ঠিকনা পালে অখিল গগৈয়ে

ক’ৰোনা মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাজ্য সমূহলৈ লকডাউন দিয়াৰ পৰামৰ্শ

ক'ৰোনা মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাজ্য সমূহলৈ লকডাউন দিয়াৰ পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8