দেশত স্থগিত ৰখা হ’ল NEET-PG ২০২১ বৰ্ষৰ পৰীক্ষা।
১৮ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া এই পৰীক্ষা স্থগিত ৰাখিলে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে এক জাননী যোগে ঘোষণা কৰিছে এই কথা।
#NEETPG2021 POSTPONED !
Health & safety of our young doctors is paramount.
Next date to be decided after reviewing the situation later. @PMOIndia @MoHFW_INDIA #Unite2FightCorona pic.twitter.com/5FFzcje3iB
— Dr Harsh Vardhan (Modi Ka Pariwar) (@drharshvardhan) April 15, 2021
লগতে জনাই যে পৰীক্ষা অনুষ্ঠিত কৰা নতুন তাৰিখৰ বিষয়ে পাছত সিদ্ধান্ত গ্ৰহণ কৰা হব।
দেশত বৃদ্ধি হোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
Photo Credit : Google