• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in অসম, সংবাদ
1 min read
0
Assam Police
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচন সমাগত।

নিৰ্বাচনৰ পূৰ্বে ব্যাপক সালসলনি কৰা হৈছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত।

ৰাজ্য চৰকাৰে নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাউ দৌংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি অৰ্থাৎ (অপৰাধ)শাখাৰ দায়িত্ব দিয়া হৈছে।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (সীমান্ত) অমৰ চৌধুৰীক দিয়া হৈছে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।

আনহাতে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (পশ্চিম)-ৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে।

শিৱসাগৰ লিগিৰীপুখুৰীৰ 25th AP(ONGC)Bn.ৰ 2 I/C বিতুল চেতিয়াক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি কৰা হৈছে৷

সেইদৰে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ আছিফ আহমেদক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)ৰ দায়িত্ব দিয়াৰ বিপৰীতে কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‌ইকীয়াক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (ADMN.)ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (ADMN)-ৰ প্ৰাণজিৎ দুৱৰাক কামৰূপ জিলাৰ মান্দাকাটাস্থিত বেটালিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি কৰা হৈছে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক৷ তাৰ বিপৰীতে কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ।

ইফালে, পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (যান-বাহন) মৃন্ময় গোস্বামীক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ)ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

কাহিলিপাৰাৰ 4th APBnৰ 2 I/C মাধুৰিমা দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (traffic)ৰ দায়িত্ব।

পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (পশ্চিম) সুপ্ৰতিভ লাল বৰুৱাক কাহিলিপাৰাস্থিত 10th APBnৰ 2 I/C হিচাপে বদলি কৰা হৈছে।

মান্দাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্ট বিবেকানন্দ দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি  (পূব)-ৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে।

বৰপেটা হাওলীৰ 4th APTF Bn.ৰ 2 i/c আৰিফ আহমেদক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ হুচেইনক হাওলীৰ 4th APTF Bn.ৰ 2 i/c ৰ দায়িত্ব।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰভ কুমাৰ আগৰৱালাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্য ৰঞ্জন চুতীয়াক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি কৰা হৈছে৷

শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷

আনহাতে শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত) ফৈজ আহমেদ বৰভূঞাক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তক শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত)ৰ দায়িত্ব প্ৰদান।

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেভিদ নিঙাইটেক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি কৰা হৈছে।

দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক মৰিগাঁৱৰ 16th AP(IR)Bn. ৰ 2 i/c ৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে‌।

Tags: Assam Police
Previous Post

মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক; আলফা স্বাধীনলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

Next Post

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ৯২৫ কোটি আৱণ্টন কেন্দ্ৰৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
bridge

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ৯২৫ কোটি আৱণ্টন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

উত্তৰাখণ্ডৰ জলপ্ৰলয়; মৃতকৰ সংখ্যা ২৬গৰাকীৰ বিপৰীতে, এতিয়াও আৱদ্ধ ৩৭গৰাকী শ্ৰমিক

উত্তৰাখণ্ডৰ জলপ্ৰলয়; মৃতকৰ সংখ্যা ২৬গৰাকীৰ বিপৰীতে, এতিয়াও আৱদ্ধ ৩৭গৰাকী শ্ৰমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8