• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী
Share on FacebookShare on Twitter

পঞ্চম শ্ৰেণীত পঢ়ি থকা ১১ বছৰীয়া শিশুৰ পৰা কি কাম কৰিব বুলি আশা কৰিব পাৰে।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এটি ১১ বছৰীয়া শিশুৱে এনে অপৰাধ কৰিলে, যিটো শুনিলে সকলো আচম্বিত হৈ পৰিব।

এটি শিশুটিয়ে ইউটিউবৰ পৰা হেকিং শিকিলে আৰু ইয়াৰ পিছত নিজৰ পিতৃকে ইমেইল প্ৰেৰণ কৰি ১০ কোটি টকাৰ দাবী কৰে।

যেতিয়া আৰক্ষীয়ে তদন্ত অভিযান আৰম্ভ কৰে গম পালে যে যিটো আইপি ঠিকনাৰে ইমেইল প্ৰেৰণ কৰা হৈছিল,

সেয়া ভুক্তভোগী পিতৃৰ ঘৰৰ পৰাই প্ৰেৰণ কৰা হৈছিল। আহক জানো সম্পূৰ্ণ ঘটনা।

এসপ্তাহ পূৰ্বে গাজিয়াবাদৰ এজন লোকৰ তাত ভাবুকিপূৰ্ণ এটা ইমেইল আহিছিল।

তাত লিখা আছিল যে যদি আপুনি ১০ কোটি টকা নিদিয়ে তেন্তে তোমাৰ অশ্লীল ফটো ৰাজহুৱা কৰা হ’ব।

তোমাক হত্যা কৰা হ’ব আৰু লগতে তোমাৰ পৰিয়ালকো।

ইমেইলত দাবী কৰা হৈছিল যে এই মেইলটো এটা হেকাৰ্ছ গ্ৰুপৰ পৰা প্ৰেৰণ কৰা হৈছে।

ভুক্তভোগী লোকজন গাজিয়াবাদৰ বসুন্ধৰা কলনীত বাস কৰে।

ভাবুকিত স্পষ্টভাৱে লিখা আছিল যে, যদি ১০ কোটি টকা নিদিয়ে তেন্তে তোমাৰ অশ্লীল ফটো আৰু ঘৰৰ সদস্যসকলৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটত ভাইৰেল কৰি দিয়া হ’ব।

ইয়াৰ পিছত ভুক্তভোগী লোকজন আৰক্ষীৰ কাষ চাপে। লোকজনে ক’লে যে তেওঁৰ ইমেইল আইডি ১ জানুৱাৰীত হেক কৰা হৈছিল।

হেকাৰ্ছে তেওঁৰ ইমেইলৰ পাছৱৰ্ড সলনি কৰি দিছে।

লগতে মোবাইল নম্বৰৰ লগতো ওলট পালট কৰিছে।

ইয়াৰ পিছত তেওঁলৈ আহিছিল ১০ কোটি টকা দিয়াৰ ইমেইল।

আৰক্ষীক দিয়া অভিযোগনামাত ভুক্তভোগীয়ে লিখিছিল যে হেকাৰ্ছে প্ৰতিদিনে তেওঁৰ জীৱনৰ ওপৰত নজৰ ৰাখি আছিল।

ধাৰাবাহিকভাৱে মোক আৰু মোৰ পৰিয়ালক অশান্তি দি আছিল।

ইয়াৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অভিযান আৰম্ভ কৰি দিছিল।

যেতিয়া আৰক্ষীৰ চাইবাৰ ছেলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ইমেইল প্ৰেৰণ কৰা আইপি এড্ৰেছ উলিয়াবলৈ আৰম্ভ কৰে তেতিয়া আচৰিত হৈ উঠে।

ভাবুকিপূৰ্ণ ইমেইল ভুক্তভোগী লোকজনৰ ঘৰত থকা আই পি এড্ৰেছেৰে প্ৰেৰণ কৰা হৈছিল।

যেতিয়া আৰক্ষীয়ে ভুক্তভোগী লোকজনৰ ১১ বছৰীয়া পুত্ৰক সোধা-পোছা কৰে তেতিয়া নিজৰ অপৰাধ স্বীকাৰ কৰে।

বৰ্তমান আৰক্ষীয়ে এই কথাটোৰ তদন্ত কৰাত লাগিছে যে আচলতে পঞ্চম শ্ৰেণীত পঢ়ি থকা এই ১১ বছৰীয়া যুৱকজনে কিয় অপৰাধ সংঘটিত কৰে।

এই শিশুটিক কিছুদিন পূৰ্বে কম্পিউটাৰ অনলাইন ক্লাছৰ সময়ত চাইবাৰ ক্ৰাইমৰ বিষয়ে পঢ়োৱা হৈছিল।

লগতে এই কথাটো কোৱা হৈছিল যে চাইবাৰ ক্ৰাইমৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি।

ইয়াৰ পিছত এই শিশুটিয়ে ইউটিউবত হেকিং সম্বন্ধীয় কেইবাটাও ভিডিঅ’ প্ৰত্যক্ষ কৰে।

কেনেদৰে ইমেইল তৈয়াৰ কৰে। কেনেদৰে চাইবাৰ ক্ৰাইম কৰে আদি।

সকলো তথ্য যুগুটোৱাৰ পিছত শিশুটিয়ে পিতৃৰ ইমেইল আইডি হেক কৰে।

তেওঁলৈ পৃথক-পৃথক ইমেইল আইডিৰে ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।

Photo: Google

Tags: Cyber CrimeUttar Pradeshউত্তৰ প্ৰদেশচাইবাৰ অপৰাধ
Previous Post

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

Next Post

ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

ৰাম মন্দিৰ

ৰাম মন্দিৰৰ নামত চান্দা লৈ বিজেপিৰ লোকে সুৰাপান কৰেঃ কংগ্ৰেছ নেতা

cloves

শৰীৰৰ দীৰ্ঘস্থায়ী সমস্যা সমাধানৰ এক অন্যতম উপাদান লং । জানো আহক উপকাৰিতা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8