• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট নিৰ্মাণ

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in অসম, বিবিধ, সংবাদ
1 min read
0
নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট নিৰ্মাণ
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে বিশ্বৰ বৃহতম নদীদ্বীপ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট আৰু অতিথি গৃহৰ শুভ উদ্বোধন কৰে।

প্ৰায় ৫০ লাখ টকা ব্যয়েৰে তিনিখন হেলিকপ্টাৰ সমসাময়িকভাৱে অৱতৰণ কৰিব পৰাকৈ হেলিপ’ৰ্টটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীক পৰ্যটনৰ ক্ষেত্ৰত অধিক গতিশীল কৰিবলৈ হেলিপ’ৰ্ট নিৰ্মাণ কৰা হৈছে ৷ বৃহৎ নদীদ্বীপ মাজুলী সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে ৷

মাজুলী হৈছে সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ ৷ মাজুলীক বিশ্বৰ পৰ্যটনৰ মানচিত্ৰক উজলাই তোলাৰ বাবে ইয়াৰ পৰ্যনট আন্তঃগাঁথনি শক্তিশালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীত শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে।

Tags: MajuliSarbananda Sonowal
Previous Post

নেহৰু ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা

Next Post

১৪ ফ্ৰেব্ৰুৱাৰীত অসমলৈ আহিব  যুৱৰাজ ৰাহুল গান্ধী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
rahul

১৪ ফ্ৰেব্ৰুৱাৰীত অসমলৈ আহিব  যুৱৰাজ ৰাহুল গান্ধী

লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে

লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে

Ripun Bora

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বাম্পাৰ অফাৰ ৰাইজলৈ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8